মানুহৰ জন্ম মূহুৰ্তৰ পৰাই পুৰুষ আৰু প্ৰকৃতিৰ মিলন এক অনিবাৰ্য্য বিষয় হিচাবে পৰিগনিত হৈ আহিছে | সময়ৰ সোতঁত প্ৰয়োজন সাপেক্ষে ই কেতিয়াবা আশ্ৰয় সুৰক্ষাৰ খাটিৰত , কেতিয়াবা অসুস্থতাৰ সময়ত সহায় সহযোগৰ বাবে অথবা বিনোদনৰ বাবে দুয়ো একে লগে থাকি সংসাৰ ধৰ্ম পালন কৰি আহিছে | বিবাহ অতীতৰ বুকুত জন্মলোৱা তেনে এক পুৰুষ প্ৰকৃতি , নৰ-নাৰীৰ মিলনৰ সমাজিক অনুস্থান |
অৱশ্যে বৰ্তমান যুগৰ সমাজত বিবাহৰ মৰ্য্যদা এক অপ্ৰয়োজনীয় অনুস্থানত পৰ্যবসিত হোৱাৰ পথত | এওঁলোকে পুৰনি চিন্তাধাৰাৰ বিপৰিতে পুৰুষ-পুৰুষৰ , নাৰী-নাৰীৰ মাজৰ সাংসাৰিক সম্পৰ্কৰ সম্পৰীক্ষাও বাদ নিদিয়াকৈ থকা নাই | কিন্ত যেনে ধৰনৰেই সম্পৰ্ক বা সংসাৰ নহওঁক কিয় সকলোতে অশান্তি ভাঙোন-বিচ্ছেদ সততে আহি পৰা দেখা যায়| কিয় এই অশান্তি- বিচ্ছেদ তাকেই বিছাৰি এই উপন্যাসৰ " অশান্তিৰ ওঁহ বিছাৰি" ৰ অৱতাৰনা|

asantira omha bicharai

asantira omha bicharai
Product Details
BN ID: | 2940164192013 |
---|---|
Publisher: | Ripan kumar Das |
Publication date: | 07/17/2020 |
Sold by: | Smashwords |
Format: | eBook |
File size: | 132 KB |
Language: | Assamese |